ইয়াত পানীৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকল এই পানী বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। পানী আৰম্ভণিঃ পানী জুলীয়া পদাৰ্থ। নদ-নদী, খাল-বিল, পৰ্বত-পাহাৰ, আকাশ- পাতাল, সাগৰ-মহাসাগৰ…